আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধুবুৰীলৈ আহিব প্ৰিয়ংকা গান্ধী...

assam

আজি অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে

ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে

সংখ্যালঘু অধ্যুষিত ধুবুৰীত প্ৰিয়ংকাৰ প্ৰচাৰত গুৰুত্ব

গৌৰীপুৰত বিশাল জনসভাত অংশ লব প্ৰিয়ংকাই

বিয়লি ২ বজাত উভতি যাব নতুন দিল্লীলৈ

Category
Profile picture for user UB Photos